August 25, 2022
আকৌ ঘোচ কাণ্ড! উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু গোবিন বৰদলৈ
নিউজ ডেস্কঃ আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলিল দুুৰ্নীতি নিবাৰক…