সন্ধান নাই আৰক্ষী জােৱান ভাস্কৰ বৰ্মনৰ, পৰিয়ালত হাহাকাৰ

সন্ধান নাই আৰক্ষী জােৱান ভাস্কৰ বৰ্মনৰ, পৰিয়ালত হাহাকাৰ

August 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। বিগত ৩ দিন ধৰি সন্ধানহীন অসম আৰক্ষীৰ জােৱান ভাস্কৰ বৰ্মনৰ।

ভাস্কৰ বৰ্মনৰ ঘৰ তিনিচুকীয়া জিলাৰ ৩নং কাকপথাৰত।

জানিব পৰা মতে, স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে ঘৰৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পথত সন্ধানহীন হৈ পৰে আৰক্ষী জোৱানজন।

অসম আৰক্ষীৰ ১ এপিবিএনত কৰ্মৰত ভাস্কৰ বৰ্মন।

আৰক্ষী জােৱানজন নিৰুদ্দেশ হোৱাত বিপাঙত পৰিছে পৰিয়াল।

সন্ধানহীন আৰক্ষী জোৱানজনৰ কিবা সম্ভেদ পালে ৬৯০১৪-৬৯০৭৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাতৰ আহ্বান জনাইছে।