পালছাৰ বাইকৰ সৈতে মােপেড স্কুটাৰৰ সংঘৰ্ষ, থিতাতে নিহত ১

পালছাৰ বাইকৰ সৈতে মােপেড স্কুটাৰৰ সংঘৰ্ষ, থিতাতে নিহত ১

August 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। শােণিতপুৰ জিলাৰ চাৰিদুৱাৰ- ওঠৰ মাইলত পথ দুৰ্ঘটনা।

পালছাৰ বাইকৰ সৈতে মােপেড স্কুটাৰৰ মুখামুখী সংঘৰ্ষ।

এই দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰােহী।

নিহত লোকজন ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে।

শোণিতপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুইখন বাইকৰ মাজত মুখামুখী সংঘৰ্ষ।

দুৰ্ঘটনাট পতিত মােপেড স্কূুটাৰৰ নম্বৰ এএছ ১২এ ডি৪০৫৬ নম্বৰ আৰু পালছাৰ বাইকৰ নম্বৰ এএছ ০৭ কিউ৭১২১ বুলি জানিব পৰা গৈছে।