
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পুখুৰীত সােমাল এল্ট’ বাহন
August 24, 2022 0 By NEWS DESKনিউজ ডেস্ক। পুনৰ সংঘটিত হ’ল পথ দুৰ্ঘটনা।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুগদিত দ পুখুৰীত বাগৰি পৰিল অল্টো বাহন।
এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ।

জানিব পৰা মতে, মুগদি-চামতা সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এল্ট’ বাহনত থকা চালকসহ যাত্ৰীৰ।

চামতা অভিমুখী এই বাহনখনৰ নম্বৰ এএছ০১ডিএফ৫০৩৩।
ঘটনাৰ পিছতে ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন।