আৱৰ্জনাৰ মাজত পলিথিনত মেৰিয়াই থােৱা গ্ৰেনেড, হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ

আৱৰ্জনাৰ মাজত পলিথিনত মেৰিয়াই থােৱা গ্ৰেনেড, হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ

August 18, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ।

ৰূপহীহাটৰ সোণাইত দলঙৰ তলৰ পৰা উদ্ধাৰ হয় গ্ৰেনেড আৰু হস্তনিৰ্মিত পিষ্টল।

ৰূপহীহাটৰ নতুন বজাৰস্থিত দলঙৰ তলত উদ্ধাৰ কৰে এই সামগ্ৰী দুটা।

আব্দুল ফাৰুক নামৰ যুৱকজনে বটল বুটলিবলৈ যোৱাত পলিথিনৰ ভিতৰত মেৰিয়াই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে যুৱকজনে ৰূপহীহাট আৰক্ষী থানাত জমা দিয়ে উদ্ধাৰ হোৱা হস্ত নিৰ্মিত পিষ্টল আৰু গ্ৰেনেডটো।

এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।